সমগ্ৰ শিক্ষা, কামৰূপ, আমিনগাওঁ

Welcome To Samagra Shiksha, Kamrup
Slider Image 17 Slider Image 17 Slider Image 17 Slider Image 17 Slider Image 17 Slider Image 17 Slider Image 17 Slider Image 17 Slider Image 17 Slider Image 3 Slider Image 15 Slider Image 17 Slider Image 17 Slider Image 17 Slider Image 17 Slider Image 17 Slider Image 18 Slider Image 16 Slider Image 6 Slider Image 7 Slider Image 8 Slider Image 13


SAMAGRA SHIKSHA

KAMRUP

AMINGAON







Message From The District Elementary Education Officer cum DMC



Sri Apurba Thakuria, AES-I

শুভেচ্ছা বাণী

            শিক্ষাৰ উদ্দেশ্য সন্দৰ্ভত ব্রিটিছ দাৰ্শনিক হাৰ্বাৰ্ট স্পেন্সাৰে কৈছিল, - 'the great aim of Education is not knowledge but action'. এনে দৃষ্টিৰে শিক্ষাৰ মহত্তম উদ্দেশ্য হ'ল অকল জ্ঞানতে সীমাবদ্ধ নাথাকি শিক্ষাৰ মাজেৰে জীৱন আৰু জগতৰ নিমিত্তে প্রয়োজনীয় বুৎপত্তি আহৰণ কৰা | কোৱা যুগুত যে শিশু শিশু অৱস্থাৰ পৰাই তেনে বুৎপত্তি আয়ত্ব কৰিবলৈ ঘৰখনৰ লগতে বিদ্যালয়ে লব লাগে অন্যতম দায়িত্ব |


            কোৱা নিস্প্রয়োজন যে বিদ্যালয় এখন সৰ্বাঙ্গ সুন্দৰ, শিশু-বন্ধুত্ব সুলভ কৰি তুলিবলৈ বিদ্যালয় কৰ্তৃপক্ষৰ লগতে শিক্ষা বিভাগ আৰু সমাজৰ থাকে এক গুৰু দায়িত্ব | বিদ্যালয়ৰ সমস্যাসমূহ নিৰাময় কৰি উত্তৰণৰ গতি তৰাম্বিত কৰিবলৈ সেয়ে সময় নিৰ্ধাৰিত প্রয়োজন-ভিত্তিক কিছু কাৰ্য ব্যৱস্থাৰ প্রয়োজন থাকে | এনেবোৰ দিশ বিবেচনা কৰি ২০০১-০২ বৰ্ষত সমগ্র দেশতে আৰাম্ভ হৈছিল সৰ্বশিক্ষা অভিযানৰ | স্মৰ্তব্য যে ২০১০ চনৰ পৰা প্রণয়ন হোৱা শিক্ষাৰ অধিকাৰ আইন, ২০০৯ এ এই প্রয়াসক অধিক গতি প্রদান কৰে | পৰবৰ্তী সময়ত প্রাথমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ সামৰি ২০১৭-১৮ চনৰ পৰা ৰূপায়িত 'সমগ্র শিক্ষা'ই স্কুলীয়া শিক্ষাক এক বিশেষ স্তৰলৈ উত্তৰণত অন্যতম ভূমিকা লৈছে | সমগ্র শিক্ষাৰ সকলোবোৰ সময় নিৰ্ধাৰিত কাৰ্যক্রমক শিক্ষক, ছাত্র-ছাত্রী, অভিভাৱক, ৰাইজৰ ওচৰলৈ লৈ যাবলৈ, সমগ্র শিক্ষাৰ সকলো নীতি নিৰ্দেশনা সকলোৰে বাবে উপলব্ধ কৰিবলৈ তথা সংশ্লিষ্ট সকলোৰে সহযোগত সমগ্র শিক্ষাৰ কাৰ্যসূচীক ফলপ্রসু ভাৱে ৰূপায়ন কৰিবলৈ ৱেৱচাইটৰ এই মাধ্যমৰ সহায় লব বিচৰা হৈছে | আশাকৰোঁ, আমাৰ এই প্রয়াসক সকলোৱে আদৰি লব আৰু জিলাখনৰ শৈক্ষিক উত্তৰণত সহযোগিতা আগবঢ়াব ||




NOTICE BOARD

Revised School Timing Download
District Level Vigilence and Monitoring Committee Download

Opening of zero balance bank account for students of class 1 to 12 is goining on
Uniform Guideline . .Download
School Safety Module . .Download


Gunotsav
2023

Educational Initiative
During COVID-19 Pandemic